আহাৰ আমাৰ শৰীৰৰ ইন্ধনৰ দৰে। ইন্ধন নহ’লে বা কমি গ’লে গাড়ী এখন চলাবলৈ কষ্ট হ’ব, ইন্ধন জোখতকৈ বেছি ভৰালেও বাগৰি পৰি নষ্ট হ’ব। শৰীৰেও প্ৰায় তেনেদৰেই কাম কৰে। আহাৰৰ পৰিমাণ কম হ’লে শৰীৰে অত্যাৱশ্যকীয় অংগবোৰহে ভালকৈ চলাই ৰাখিব, আন কামবোৰ কমাই দিব। ফলত আপুনি ভাগৰুৱা হ’ব, ক্ষীণাব আৰু বেমাৰত প…
সম্পূৰ্ণকৈ পঢ়ক »