দায়লুপ্তি

এই ব্লগ বা জালপঞ্জীত লেখকৰ মনৰ বিক্ষিপ্ত চিন্তাবোৰক আখৰৰ ৰূপ দি সাঁচি ৰখা হৈছে। ইয়াত প্ৰকাশ পোৱা সকলোবোৰ কথা লেখকৰ ব্যক্তিগত মত। তথ্যমূলক আৰু সোঁৱৰণি লেখাৰ বাহিৰে অন্য লেখাৰ সমলত কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ ছাঁ দেখা যেন লাগিলে সেয়া সম্পূৰ্ণ কাকতালীয়। ইয়াত লিখা তথ্যসমূহ ১০০%ই শুদ্ধ বা সম্পূৰ্ণ বুলি ধৰি লোৱাটো অমূলক। এই ব্লগত প্ৰদৰ্শিত কোনো অশুদ্ধ বা অপবাদজনক তথ্যৰ বাবে আৰু তথ্যসমূহ ব্যৱহাৰৰ পৰা হোৱা অসুবিধাৰ বাবে লেখক দায়বদ্ধ নহয়। ইয়াত চিকিৎসা বিজ্ঞানৰ দুই-এটা কথা আছে যদিও এই ক্ষেত্ৰত সুনিৰ্দিষ্ট পৰামৰ্শৰ প্ৰয়োজন হ'লে অনুগ্ৰহ কৰি অৰ্হতাসম্পন্ন চিকিৎসকৰ ওচৰলৈ যাওক।

Post a Comment

0 Comments