বছৰটোৰ মোৰ প্ৰিয় অসমীয়া গীতৰ তালিকা একোখন যোৱা তিনিবছৰ ধৰি কৰিছিলোঁ। ২০১৯ চনৰ খচৰা তালিকাখনত গান সুমুৱাওঁতে সুমুৱাওঁতে ৮০টা মান হ'লগৈ। ইমানবোৰ গীতৰ তালিকা কৰাততো অসুবিধা, গতিকে চমুৱাবলগীয়া হ'ল। কিন্তু এই কাৰণে জানুৱাৰীত ৰাজহুৱা কৰিবলগীয়া কামটো ব'হাগ বিহু পোৱাহি নাই, এলাহত…
সম্পূৰ্ণকৈ পঢ়ক »যোৱা দুবছৰে ঘাইকৈ ইউটিউবত উপলব্ধ নতুন অসমীয়া গানবোৰৰ পৰা শুনিবলৈ ভাল লগা কেইটামানৰ বাছনি কৰি এখনকৈ তালিকা কৰিছিলোঁ। শিৰোনামত লিখা নাথাকিলেও তালিকাখন "মোৰ" তালিকা বুলি ধৰি ল ' ব পাৰে। গতিকে আন কোনো শ্ৰোতাৰ পছন্দৰ গীত এটাই ইয়াত স্থান নাপাবও পাৰে। মোৰ সংগীতৰ কোনো আনুষ্ঠানিক শি…
সম্পূৰ্ণকৈ পঢ়ক »