চিকিৎসা ক্ষেত্ৰৰ লগত জড়িত লোকসকলে টোপনিৰ লগত খেলি বৰ ভাল পায়। পঢ়া কালছোৱাত কোনে কিমান টোপনি ক্ষতি কৰি কামখিনি সমাপন কৰিলে তাৰ প্ৰতিযোগিতা হয়। কফি আৰু চিঙৰা গলাধঃকৰণ কৰি ৩৬ ঘণ্টাৰ ‘ শ্বিফ্ট ’ ডিউটীৰ যুদ্ধক্ষেত্ৰত নামি পৰাসকলে পাছলৈ সেইবোৰৰ ৰহণ সনা কাহিনী শুনায়। টোপনি জীৱনৰ মহৌষধ বুলি সকলোৱ…
সম্পূৰ্ণকৈ পঢ়ক »ইংৰাজীৰ ‘Medicine’ শব্দটো মধ্যযুগীয় ৰূপ ‘ Medicin ’ হিচাপে দ্বাদশ - ত্ৰয়োদশ শতিকাত প্ৰথম ব্যৱহাৰ হৈছিল। এইটোৰ মূল লেটিন ভাষাৰ medic ī na যাৰ অৰ্থ the art of healing বা আৰোগ্য লাভৰ কলা। আধুনিক বিজ্ঞানৰ প্ৰধান শাখা এটাক পূৰ্বে কলা বোলাটো মন কৰিবলগীয়া। সংস্কৃত প্ৰতিশব্দ ‘…
সম্পূৰ্ণকৈ পঢ়ক »