বিশ্বকোষ বা তেনে কিতাপৰ ছপা ৰূপ অষ্টাদশ শতিকাৰ প্ৰথমভাগতে ওলাইছিল । বিংশ শতিকাৰ শেষৰফালে ডিজিটেল প্ৰযুক্তিৰ উত্থানে বিশ্বকোষক অন্য ৰূপতো ৰাইজৰ আগলৈ নিবলৈ বিকাশকসকলক বাধ্য কৰায় । ডিজিটেল বিশ্বকোষৰ প্ৰথম জনপ্ৰিয় ৰূপ আছিল ব্যক্তিগত কম্পিউটাৰৰ বাবে ওলো…
সম্পূৰ্ণকৈ পঢ়ক »