চিকিৎসা ক্ষেত্ৰৰ লগত জড়িত লোকসকলে টোপনিৰ লগত খেলি বৰ ভাল পায়। পঢ়া কালছোৱাত কোনে কিমান টোপনি ক্ষতি কৰি কামখিনি সমাপন কৰিলে তাৰ প্ৰতিযোগিতা হয়। কফি আৰু চিঙৰা গলাধঃকৰণ কৰি ৩৬ ঘণ্টাৰ ‘ শ্বিফ্ট ’ ডিউটীৰ যুদ্ধক্ষেত্ৰত নামি পৰাসকলে পাছলৈ সেইবোৰৰ ৰহণ সনা কাহিনী শুনায়। টোপনি জীৱনৰ মহৌষধ বুলি সকল…
সম্পূৰ্ণকৈ পঢ়ক »(কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ ২০২৫ বৰ্ষৰ মহাবিদ্যালয় সপ্তাহত শিক্ষকবৃন্দৰ দ্বাৰা অভিনীত।) ৰচনা: গীতাৰ্থ বৰদলৈ চৰিত্ৰসমূহ: * নগেন বৰা (৫০ বছৰীয়া): সহজ-সৰল , চিন্তাত অস্থিৰ গাঁৱলীয়া মানুহ। শ্বাহৰুখ খানৰ অনুৰাগী। * কিৰণ : (২৫ বছৰীয়া): অত্যাধিক কামৰ বোজাত ভাগৰি পৰা , ক…
সম্পূৰ্ণকৈ পঢ়ক »