অসমীয়া ইউনিক'ড টাইপিং সঁজুলিসমূহ

ৱিণ্ড'জ অপাৰেটিং ছীষ্টেমৰ বাবে

১) Windows7 বা ওপৰৰ প্ৰণালী ব্যৱহাৰ কৰাসকলে কোনো বাহিৰা সঁজুলি ব্যৱহাৰ নকৰিলেও চলে। এই সুবিধা গ্ৰহণ কৰিবলৈ তলৰ পদ্ধতি অৱলম্বন কৰক।

(
ক) Control panel > Region and Language > Formats > Select "Assamese (India)" > Apply > OK

বা Settings> Time and Language> Language> Preferred language> Add a language লৈ গৈ অসমীয়া যোগ কৰক।
(
খ) লিখন পদ্ধতি অসমীয়া আৰু ইংৰাজীলৈ সালসলনি কৰিবলৈ কীব'ৰ্ডত Alt+Shift একেলগে টিপক।
(
গ) ইয়াৰ পাছত কীব'ৰ্ডখনত অসমীয়া আখৰৰ স্থানসমূহ জানিবলৈ তলৰ পদ্ধতি ব্যৱহাৰ কৰক: (আখৰৰ স্থানসমূহ আৰু লিখন পদ্ধতি LEAP Office দৰে একেই )
 Start menu > Accessories > Ease to Access > On-screen keyboard

২) ৰ'দালি ৩.০ (স্বয়ংক্ৰিয় নিৰ্দেশন, তিনিপ্ৰকাৰৰ টাইপিং পদ্ধতি আদিৰে সৈতে)
https://eprazukti.com/rodali/

 

৩) লাচিত (ফ'নেটিক আৰু ইন্‌স্ক্ৰিপ্ট)

https://lachit.org/keyboards

৪) আলাগি+ (Azhagi+)
 (http://www.azhagi.com/)

(
ক) বৰহৰ দৰে সজাই লোৱা Azhagi+
https://www.facebook.com/download/454909941206440/AzhagiPlus-Portable.baraha.alike.v1.1.0.zip

(
খ) ইণ্ডিক ইন্‌পুটৰ দৰে সজাই লোৱা Azhagi+
http://www.mediafire.com/file/x555nmta5tzecj5/Azhagi%2B_portable_Indic_input_alike.zip

(
গ) Azhagi+ সহজ

http://www.mediafire.com/file/en4h6n2vst2mqxy/Azhagi_plus_easy.zip


৫) মাইক্ৰ'ছফ্ট ইণ্ডিক ইন্‌পুট ৩ (Indic Input 2)
https://www.microsoft.com/en-in/bhashaindia/downloads

৬) জাহ্নৱী (ফ'নেটিক)
https://drive.google.com/file/d/1eguQZ-MNFrLCzUIeAoQlVVKUuPQeSWla/view?usp=drive_link
 

৭) আখৰ

https://aakhor.in/

৮) অভ্ৰ' (Avro)
 http://www.omicronlab.com/avro-keyboard.html
 
৯) NHM Writer
 http://software.nhm.in/products/writer
 
১০) বৰহ (Baraha)
 http://www.baraha.com/ (নতুন সংস্কৰণ বিনামূলীয়া নহয়)
 http://www.mediafire.com/?pcxgu76tuiq6q (পুৰণি সংস্কৰণৰ বাবে, বিনামূলীয়া )

১১) আকৃতি
http://www.akruti.com/

 
মেক অপাৰেটিং ছীষ্টেমৰ বাবে

 
১) লাচিত
https://lachit.org/keyboards 

২) জাহ্নৱী 

https://drive.google.com/file/d/10wRkfPKq2MMjxpqBXsszNRyik_EOtZ4z/view?usp=drive_link 

৩)  আখৰ 

https://aakhor.in/ 

 

অনলাইন কীব'ৰ্ডসমূহ
 
(
) ৰ'দালি
https://eprazukti.com/writeAssamese/

(২) আখৰ (voice typingৰ সৈতে)

https://aakhor.in/


'বাইল ফ'নৰ বাবে

এণ্ড্ৰইড (Android):

১) আজিকালি প্ৰায়বোৰ কোম্পানীৰ ফোনৰ কীব'ৰ্ডত অসমীয়া কীব'ৰ্ডো বাছনি কৰিব পাৰি।    


২) Gboard
https://play.google.com/store/apps/details?id=com.google.android.inputmethod.latin&pcampaignid=web_share

৩)  Microsoft SwiftKey AI Keyboard

https://play.google.com/store/apps/details?id=com.touchtype.swiftkey&pcampaignid=web_share 

 
৪) ৰ'দালি
https://play.google.com/store/apps/details?id=com.sltdassam.rodali&pcampaignid=web_share

৫) লাচিত

https://play.google.com/store/apps/details?id=com.lachit.android.assamese&pcampaignid=web_share


আই অ'এছ (iOS)

লাচিত
https://lachit.org/keyboards




 

 

Post a Comment

2 Comments

Unknown said…
গীতাৰ্থ দা মোৰ ব্লগটো এই তালিকা খন অলপ সলনি কৰি ব্যৱহাৰ কৰিছো, এডাপ্টেক্স কিবৰ্ডৰ "সহায়" এখন ম‍ই লিখিছিলো ফেচবুক নোট টোৰ লিংক http://tinyurl.com/q5s6f5f
এইটো দি দিব পাৰে
অ'কে। সহায় পৃষ্ঠাখন ইয়াত দি দিছোঁ।