উত্তৰ প্ৰদেশৰ ফুলেৰা নামৰ এখন সৰু গাঁও। তাত নগৰৰ যান্ত্ৰিকতা নাই , দৌৰাদৌৰি নাই। সেই গাঁৱৰে পঞ্চায়তৰ কাৰ্যালয়ত সচিব হিচাপে যোগদান কৰা অভিষেক ত্ৰিপাঠীৰ কাহিনীৰে নিৰ্মাণ হৈছিল ' পঞ্চায়ত ' নামৰ ৱেব চিৰিজখন। আচলতে এয়া অভিষেক ত্ৰিপাঠীৰ কাহিনী বুলি ক ' লেও ভুল হ ' ব ; লাহে লা…
সম্পূৰ্ণকৈ পঢ়ক »