জীৱনৰ আখৰ বুজিবা জীৱনৰ আখৰা কৰিবা মানুহ সলনি হয় সময় সলনি হয় কাকনো দোষ দিবা। জীৱনৰ খেলত উশাহ বুটলিবা জিকি জিকি হাৰিবা হাৰি হাৰি জিকিবা সিৰে সিৰে ব ' ব আঘাতৰ কণা হাঁহিৰ মুকুতা হৈ সৰিব। বছৰ বাগৰিব আলিবাটৰ মূৰ স্মৃতি হৈ ৰ ' ব সাহস নেহেৰুৱাবা জীৱনৰ …
সম্পূৰ্ণকৈ পঢ়ক »