নীৰৱ আবেলি কেতবোৰ ছবি খণ্ড-বিখণ্ড কলিজাৰ সেন্দুৰ লগা লুইতৰ উজানত ভাঁহি আহে যায় তোমাৰ ছিগা চুলিৰ সতে এসাগৰ চকুলো বোৱাই৷ সুমথিৰা সেউজ হৃদয় লৈ আজিও মই আছো সপোনৰ ডিঙা বাই , উজ্জ্বল দিনৰ অশ্লীলতা সহিব নোৱাৰি নিজৰ মাজতে লুকাই৷ আচলতে মোক এখন পৃথিৱীৰ প্ৰয়োজন আপোন মনেৰে…
সম্পূৰ্ণকৈ পঢ়ক »(সতৰ্কীকৰণ: এই লেখাত বোলছবিখনৰ কাহিনীৰ টুকুৰা থাকিব পাৰে। বোলছবিখন চাম বুলি ভবাসকলে এই লেখা এৰাই চলিব পাৰে।) অসমীয়া বোলছবিৰ প্ৰতি ৰাইজৰ অনীহা অহেতুক নে? নিশ্চয় নহয়। ৰাজকুমাৰ জৈন প্ৰযোজিত আৰু বাণী দাস পৰিচালিত ‘অহেতুক’ বোলছবিখনে সেই নিষ্পৃহা আঁতৰ কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ আগতে ক…
সম্পূৰ্ণকৈ পঢ়ক »সাগৰ দুৰ্বাৰ উটুৱাই নিয়ে তোমাক , মই পাৰত অকলে নিৰলে মাণিক পাহৰি বেথা সামৰি৷ মই তোমাৰ মাজত , মৃদু কঁপনি আকাশত বতাহত সিপাৰে কুঁৱলী সূৰ্য নুমায় তুমি জ্বলি আছা মোৰ মাজত৷ আমি আছোঁ আমি নাই , সময় ভাঁহে চকুলো শুকায় , লঠঙা পথাৰত ৰৈ মই দুগাল বতাহে কঁপায় ।
সম্পূৰ্ণকৈ পঢ়ক »