(প্ৰদ্যুত জ্যোতি শইকীয়াৰ সৈতে ফে’চবুক চাটিঙৰ জৰিয়তে লিখা পদ্য) তোমাৰ সেওঁতাৰ ফোঁট বুকুৱেদি বলে তেজাল সোঁত, বিয়া কৰালোঁৱেই যেনিবা কিয় বাৰে বাৰে মাৰা খোঁট! পতিব্ৰতা হেনো তুমি ধোঁৰা সাপৰ ফোঁচ ফোঁচ, সেয়েহে মোক মাৰিবলৈ ষড়যন্ত্ৰ লেপৰ তলত গোন্ধ-শব্দ ধুছ ধুছ। …
সম্পূৰ্ণকৈ পঢ়ক »সদায় মই ঈৰ্ষান্বিত নহয় মুঠেও নহয় মোতকৈ আগতে অহাবোৰক লৈ। এজন মানুহৰ সতে আঁহা তোমাৰ কান্ধত উঠাই তেওঁৰ শক্তি, তোমাৰ চুলিত ভাঁজত আনা এশজন নিৰ্ভীক মানুহৰ সেনা, তোমাৰ বক্ষ আৰু ভৰিত লৈ আনা হাজাৰ মানুহৰ বল, নদীৰ দৰে আঁহা, য’ত ডুবি আছে অলেখজন যি বৈ যায় অবাধ্য সাগৰল…
সম্পূৰ্ণকৈ পঢ়ক »শেহতীয়াকৈ সন্ত্ৰাসবাদৰ ওপৰত নিৰ্মিত দুখন বোলছবি চালোঁ। জাহ্নু বৰুৱাৰ "বান্ধোন" আৰু চেম মেণ্ডিছৰ জেমছ ব ' ণ্ড বোলছবি "স্কাইফল" :)। দুয়োখনেই ভাল লাগিল। বান্ধোন চাই জাহ্নু বৰুৱাৰ ওপৰত অলপ খং উঠিল! ইমান চুটি ছবি! মাত্ৰ দেৰ ঘণ্টা। কিন্তু সেই দেৰ ঘন্টা বি…
সম্পূৰ্ণকৈ পঢ়ক »