২০০২ চনৰ জুন মাহত শুভাৰম্ভ হোৱা অসমীয়া ৱিকিপিডিয়াৰ বয়স দহ বছৰেই হ ' বৰ হ ' ল। কিন্তু অসমীয়া মানুহৰ এলাহ আৰু অৱজ্ঞাৰ প্ৰতি সন্মান জনাই আজিকোপতি প্ৰবন্ধৰ সংখ্যা এহেজাৰৰ ওপৰ নহ ' ল (আজিৰ দিনটোত ৭৪২টা মাত্ৰ)। তাৰ বিপৰীতে আজিৰ তাৰিখত বাংলা ৱিকিপিডিয়াত প্ৰবন্ধ সংখ্যা প্ৰায় ২২০০০ট…
সম্পূৰ্ণকৈ পঢ়ক »সম্প্ৰতি গোটেই বিশ্বতে ইণ্টাৰনেটত আঞ্চলিক ভাষাৰ প্ৰচাৰে বিশেষ গুৰুত্ব লাভ কৰিছে। এই ক্ষেত্ৰত অসমীয়া ভাষা যথেষ্ট পিছ পৰি ৰোৱা দেখা গৈছে। কিছুমান কাৰিকৰী সমস্যাৰ বাবেও এনে হ ' ব পাৰে যদিও বেছিভাগ ক্ষেত্ৰতে অসমীয়াৰ মানুহৰ এলাহ আৰু আওকণীয়া মনোভাৱেই প্ৰধান সমস্যা। গতিকে গুগলত অসমীয়াত…
সম্পূৰ্ণকৈ পঢ়ক »