বছৰটোৰ মোৰ প্ৰিয় অসমীয়া গীতৰ তালিকা একোখন যোৱা তিনিবছৰ ধৰি কৰিছিলোঁ। ২০১৯ চনৰ খচৰা তালিকাখনত গান সুমুৱাওঁতে সুমুৱাওঁতে ৮০টা মান হ'লগৈ। ইমানবোৰ গীতৰ তালিকা কৰাততো অসুবিধা, গতিকে চমুৱাবলগীয়া হ'ল। কিন্তু এই কাৰণে জানুৱাৰীত ৰাজহুৱা কৰিবলগীয়া কামটো ব'হাগ বিহু পোৱাহি নাই, এলাহত…
সম্পূৰ্ণকৈ পঢ়ক »