কিছুমান "বাতৰি" দেখাত বৰ আকৰ্ষণীয় যেন লাগে আৰু আমি বাতৰি প্ৰচাৰ কৰি ভাল পাওঁ। কিন্তু সেই বাতৰিটো সঁচা নে মিছা জানিবলৈ কেইটামান উৎস চলাথ কৰাত আমি কিমান আগ্ৰহী? কোনোবাই ধেমালিতে বাতৰিটো উলিয়াব পাৰে বা কোনোবাই আমাক উদ্দেশ্যধৰ্মী প্ৰচাৰৰ অংশ কৰিবলৈ বাতৰিটো সাজি বিয়পাব পাৰে বুলি …
সম্পূৰ্ণকৈ পঢ়ক »বছৰটোৰ মোৰ প্ৰিয় অসমীয়া গীতৰ তালিকা একোখন যোৱা তিনিবছৰ ধৰি কৰিছিলোঁ। ২০১৯ চনৰ খচৰা তালিকাখনত গান সুমুৱাওঁতে সুমুৱাওঁতে ৮০টা মান হ'লগৈ। ইমানবোৰ গীতৰ তালিকা কৰাততো অসুবিধা, গতিকে চমুৱাবলগীয়া হ'ল। কিন্তু এই কাৰণে জানুৱাৰীত ৰাজহুৱা কৰিবলগীয়া কামটো ব'হাগ বিহু পোৱাহি নাই, এলাহত…
সম্পূৰ্ণকৈ পঢ়ক »