যোৱা দুবছৰে ঘাইকৈ ইউটিউবত উপলব্ধ নতুন অসমীয়া গানবোৰৰ পৰা শুনিবলৈ ভাল লগা কেইটামানৰ বাছনি কৰি এখনকৈ তালিকা কৰিছিলোঁ। শিৰোনামত লিখা নাথাকিলেও তালিকাখন "মোৰ" তালিকা বুলি ধৰি ল ' ব পাৰে। গতিকে আন কোনো শ্ৰোতাৰ পছন্দৰ গীত এটাই ইয়াত স্থান নাপাবও পাৰে। মোৰ সংগীতৰ কোনো আনুষ্ঠানিক শি…
সম্পূৰ্ণকৈ পঢ়ক »