সততে অভিযোগ উঠে যে ভাল অসমীয়া গীততকৈ ‘সস্তীয়া’ গীতৰ চাহিদা বেছি। শ্ৰোতাৰ ৰুচি আৰু জনপ্ৰিয়তাৰ মাপকাঠিৰে কেতিয়াবা ভাল আৰু বেয়াৰ মাজৰ সীমাডাল ধূসৰ হৈ পৰে। মই বেয়া বুলি ভবা গীতটোৱে আন হাজাৰজনক আনন্দ প্ৰদান কৰিব পাৰে, বিহুৰ অনুষ্ঠানত তাকে উপভোগ কৰি টিট্কাৰি মাৰিবলৈ সুযোগ দিব পাৰে। ইউটিউ…
সম্পূৰ্ণকৈ পঢ়ক »