এই কাহিনীৰ নায়িকা জিনা গিজি (ছবিৰ উৎস youthhealthmag.com) ফণ্ড ডু লেক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱিছ্কন্সিন প্ৰদেশৰ এখন সৰু নগৰ। পোন্ধৰ বছৰীয়া জিনা গিজি তাৰে ছেইণ্ট মেৰী স্প্ৰিংছ হাইস্কুলৰ ছাত্ৰী। ২০০৪ চনৰ ১২ ছেপ্টেম্বৰ দেওবাৰে জিনাই মাকৰ লগত নগৰৰে ছেইণ্ট পেট্ৰিক গীৰ্জালৈ গ…
সম্পূৰ্ণকৈ পঢ়ক »