পুৱাৰে পৰা আৰম্ভ হয় চিঞৰ - বাখৰ । অন্ত্ৰৰ অভ্যন্তৰত , ভৰিৰ হাড়ৰ মাজত লুকাই থাকে স্বাধীনতা বিচৰা কীটৰ জাক । কপালৰ গাঁথি থোপা কৰি বগা কাপোৰ পিন্ধা মানুহকেইজনে চোকা অস্ত্ৰ তুলি লয় । কাটে , চিঙে , মোহাৰে । কীটবোৰে উশাহ নোপোৱা হয় । হাতত সাৰে ভৰিত …
সম্পূৰ্ণকৈ পঢ়ক »