"ইৰিকতি মিৰিকতি" নাটকৰ এক মুহূৰ্ত। (ছবি- মৃণালজ্যোতি গোস্বামী) লাই হালে-জালে আবেলিৰ বতাহে লফা হালে-জালে পাতে আমাৰে মইনা হালিছে জালিছে কালি দুপৰৰ ভাতে… আন্ধাৰ মঞ্চ। কাৰোবাৰ সুৰীয়া কণ্ঠ। লগে লগে পোহৰ পৰে। মহিলা এগৰাকীয়ে কেঁচুৱাটোক বুকুত সাৱটি নিচুকণি গীত গা…
সম্পূৰ্ণকৈ পঢ়ক »