গোটেই ভাৰততে হিন্দী বোলছবি আৰু অ-বোলছবীয় গীতৰ শ্ৰাব্য সঁফুৰাৰ বিক্ৰী লাহে লাহে কমি অহা বুলি ইণ্টাৰনে ’ টত পঢ়িবলৈ পাইছিলোঁ। ক্ষেত্ৰ অধ্যয়ন নকৰাকৈ অনুমান কৰিছোঁ যে অসমত জুবিন , পাপন আৰু বাবুৰ বাহিৰে অন্য গায়ক-গায়িকাৰ শ্ৰাব্য সঁফুৰাই বজাৰত বিশেষ সুবিধা আদায় কৰিব পৰা নাই ( অসমীয়া ব…
সম্পূৰ্ণকৈ পঢ়ক »