' ইণ্ডিয়ান ছুপাৰ লীগ ' আৰম্ভ হোৱাৰ লগে লগে ভাৰতীয় ফুটবল প্ৰেমীসকলৰ মাজত এক আনন্দৰ লহৰ বৈ পৰা দেখা গৈছে। ডেল পিয়েৰ ', ট্ৰেজেগুৱেট , পিৰেছক আগতেনো কেতিয়া স প্তা হৰ পিছত সপ্তাহ ভাৰতৰ মাটিত ফুটবল খেলি থকা দেখা পাইছিল। তেওঁলোক খেলুৱৈ জীৱনৰ প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে , আগৰ দৰ…
সম্পূৰ্ণকৈ পঢ়ক »