বৰ্তমান সততে দেখা পোৱা এটা দৃশ্য- দুখন ঠাইৰ দুজন মানুহে কথা পাতিবলৈ লৈ এজনে আনজনক সুধিছে, “আপোনালোকৰ তাত গৰম কেনেকুৱা হে?” বা মানুহ দুজন একে ঠাইৰে হ’লে সোধে, “উঃ বৰ গৰম পৰিছে নহয়নে?” আগষ্ট মাহৰ মাজভাগ পালহি আৰু সূৰ্য্যৰ ‘ফৰ্ম’ ব্যাহত হোৱাৰ নাম-গোন্ধই নাই। মানুহে ঘৰৰ বাহিৰত, ঘৰৰ ভিতৰত…
সম্পূৰ্ণকৈ পঢ়ক »