২০১১ চনত জুন মাহত অসম সাহিত্য সভাৰ উদ্যোগত অসমীয়া ভাষা বিষয়ক এখন জাতীয় কৰ্মশালা আৰু আলোচনা সত্ৰৰ আয়োজন কৰা হৈছিল। তাত পাঠ কৰা বক্তৃতা আৰু গৱেষণা পত্ৰৰ সংকলন "অসমীয়া ভাষা: সংৰক্ষণ , সংবৰ্ধন আৰু সম্প্ৰচাৰ" গ্ৰন্থখন কিনি আনিছি লোঁ। কিতাপখনত সন্নিৱিষ্ট ড ° ৰমেশ পাঠকৰ মূল বক্…
সম্পূৰ্ণকৈ পঢ়ক »