(আগকথা: মই কোনো চলচ্চিত্ৰ সমালোচক নহয়। এই লেখাত বোলছবিখনৰ কাহিনীৰ টুকুৰা থাকিব পাৰে। ছবিখন চাম বুলি ভবাসকলে এই লেখা এৰাই চলিব পাৰে।) মুম্বাই চলচ্চিত্ৰ মহোৎসৱত 'অজেয়' বোলছবিৰ এখন প'ষ্টাৰ (চিত্ৰ উৎস: blog.mumbaifilmfest.org ) অজেয়- অৰ্থ: যাক জিনিব নোৱাৰি। জাহ…
সম্পূৰ্ণকৈ পঢ়ক »