(আগকথা: মই কোনো চলচ্চিত্ৰ সমালোচক নহয়। এই লেখাত বোলছবিখনৰ কাহিনীৰ টুকুৰা থাকিব পাৰে। ছবিখন চাম বুলি ভবাসকলে এই লেখা এৰাই চলিব পাৰে।) অধ্যায়ৰ এটি দৃশ্যত পবিত্ৰ ৰাভা (চিত্ৰ`উৎস: The Hindu) যোৱা শুকুৰবাৰে আবেলি ৩:৩০ মান বজাত বিভাগীয় কামৰপৰা আজৰি হ’লোঁ। ভাবিলোঁ চিনেমা এখনকে চোৱা …
সম্পূৰ্ণকৈ পঢ়ক »অক্সফ’ৰ্ড অভিধানত থকা সমালোচনাৰ অৰ্থৰ অসমীয়া ভাঙনি এনেকুৱা হ’ব- “কোনো সাহিত্যিক বা কলাত্মক কামৰ ভাল আৰু বেয়া দিশৰ ভিত্তিত বিশ্লেষণ আৰু ৰায়দান” আৰু “ভুল দিশ অনুধাৱন কৰাৰ পিছত কোনোবা মানুহ বা কোনো বস্তুক নাকচ কৰাৰ দৰে অভিব্যক্তি”। আধুনিক অসমীয়া অভিধানত কোৱা হৈছে- “ভুল-ত্ৰুটি বিচাৰ কৰ…
সম্পূৰ্ণকৈ পঢ়ক »