পুৰণি কালত তৰাৰ দেশত মকৰা মানৱে বাস কৰিছিল। তেওঁক আমি ‘মমা’ বুলি উল্লেখ কৰিম। তেওঁ এটা উজ্জ্বল ঘৰত অকলে অকলে জাল গুঁঠি আৰু দীঘল জখলা তৈয়াৰ কৰি সময় পাৰ কৰিছিল। সেই জখলাবোৰেৰে তৰাৰ দেশৰ মানুহে আকাশৰ পৰা পৃথিৱীলৈ অহাযোৱা কৰিছিল। তেওঁলোকে ৰাতি জখলাৰে পৃথিৱীলৈ নামি আহে আৰু দেৱদূতৰ ৰূপ ধৰি হৈ…
সম্পূৰ্ণকৈ পঢ়ক »