কাৰিকৰী সহায়ক: মই আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ ? গ্ৰাহক: বহুত গুণা-গঁথা কৰাৰ পিছত মই প্ৰেম ইন্ষ্টল কৰাৰ সিদ্ধান্ত লৈছোঁ। আপুনি মোক কেনেকৈ কৰিব লাগে সেয়া দেখুৱাই দিব পাৰিবনে ? সহায়ক: হয়। মই আপোনাক সহায় কৰিম। আপুনি আগবাঢ়িবলৈ সাজুনে ? গ্ৰাহক: হমম...মই কাৰিকৰী কথা ইমান নাজানো , কি…
সম্পূৰ্ণকৈ পঢ়ক »প্ৰতি কাৰিকৰী সহায়কৰ্তা , যোৱা বছৰ মই বান্ধৱী ৭.০ৰ পৰা পত্নী ১.০ লৈ আপগ্ৰে ’ ড কৰিলোঁ। তাৰপিছতে মই মন কৰিলোঁ যে নতুন প্ৰ ’ গ্ৰেমটোৱে হঠাৎ সন্তান প্ৰ ’ চেছিং আৰম্ভ কৰিলে যাৰ ফলত বহু মূল্যৱান সম্পদ আৰু ঠাই নোহোৱা হ ’ ল। তাৰ লগতে পত্নী ১.০য়ে নিজে নিজে আন প্ৰ ’ গ্ৰেমসমূহতো কিবা বাগ্…
সম্পূৰ্ণকৈ পঢ়ক »