কোৱা হয় এইড্ছ (AIDS) দুৰাৰোগ্য। ১৯৮৪ চনত Human immunodeficiency virus (HIV) ৰ ফলত হোৱা এইড্ছ ৰোগ প্ৰথমবাৰ ধৰা পৰে। ১৯৮৭ চনত ইয়াৰ বিৰুদ্ধে প্ৰথম ঔষধ AZT বা Zidovudine ৰ প্ৰচলন হয়। দুবিধ দৰৱেৰে চিকিৎসা ১৯৯৪ চনত আৰু আজি প্ৰচলিত এণ্টিৰেট্ৰ’ভাইৰেল চিকিৎসা ১৯৯৬ চনত আৰম্ভ হয়। প্ৰচলিত চিকিৎ…
সম্পূৰ্ণকৈ পঢ়ক »(সতৰ্কবাণী: তলৰ কথাখিনিত ৰ’দ বোলছবিখনৰ কাহিনীৰ টুকুৰা থাকিব পাৰে। বোলছবিখন চাম বুলি ভাবি থকাকেইজনে কথাখিনি নপঢ়িলেও নাই।) কেইজনমানে “ৰ’দ” বোলছবিখন চাই ফে’চবুকত খুব গালি পাৰিছে, আনকেইজনমানে অসমীয়া বোলছবি জগতলৈ আশাৰ বতৰা নমাই অনা বুলি প্ৰকাশ কৰিছে। সকলোবোৰ পঢ়ি-মেলি মনত এটা ক্ষী…
সম্পূৰ্ণকৈ পঢ়ক »এনে এখন কিতাপ প্ৰকাশ কৰি লাভ আছেনে যিখন কোনেও বুজি নাপায় ? খেয়ালী মনৰ ইটালিয়ান চিত্ৰকৰ , স্থপতিবিদ লুইগী চেৰাফিনি য়ে “ ক ’ ডেক্স চেৰাফিনিএনাছ ” ( Codex Seraphinianus ) নামৰ কিতাপখনেৰে এই কামটোকে কৰি দেখুৱালে। প্ৰথম দৃষ্টিত কিতাপখন এখন ছবি সম্বলিত কিতাপ। কিন্তু ভালদৰে চালে চকু…
সম্পূৰ্ণকৈ পঢ়ক »