এসময়ত মামদ নামৰ এজন জ্ঞানী মানুহ আছিল। তেওঁ কেতিয়াও মিছা কথা নকৈছিল। নগৰখনৰ মানুহৰ বাহিৰে শ শ যোজন আঁতৰত থকা মানুহবোৰেও তেওঁৰ এই গুণটোৰ কথা জানিছিল। ৰজাই মামদৰ কথা শুনিছিল যদিও কেতিয়াও দুয়োৰে দেখা-সাক্ষাৎ হোৱা নাছিল। গতিকে ৰজাই এদিন মামদক ৰাজসভালৈ মাতি আনিবলৈ চন্তৰীসকলক নিৰ্দেশ দিল…
সম্পূৰ্ণকৈ পঢ়ক »এজন তামিল বিকাশকে সাজি উলিওৱা Azhagi+ ( http://www.azhagi.com/ ) নামৰ লিপ্যন্তৰ ইউনিক'ড টাইপিং সঁজুলিটো ব্যৱহাৰ কৰি চালোঁ। সঁজুলিটোৰে অসমীয়া , বাংলা , তামিলকে ধৰি তেৰটা ভাৰতীয় ভাষাত টাইপ কৰিব পাৰি। Azhagi নামৰ আন এটা সঁজুলি আছে , সেইটো পৰীক্ষা কৰা নাই। সুবিধা: * প ' ৰ্টেবল: এট…
সম্পূৰ্ণকৈ পঢ়ক »