মই জীৱনত অতি কমসংখ্যক নাটকহে চাই পাইছোঁ। এনেকুৱা নহয় যে মই নাটক বেয়া পাওঁ , কিন্তু সঁচা বা মিছা কিবাকিবি অজুহাতত প্ৰায়েই নাটকৰ দৰ্শনী বাকীবোৰ কামতকৈ তল পৰে। ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰতি আগতেও আগ্ৰহ আছিল , এতিয়াও আগ্ৰহ আছে , কিন্তু সময় নিমিলে! শেষবাৰ কেতিয়ানো থিয়েটাৰৰ নাটক চাইছিলোঁ ঠিক …
সম্পূৰ্ণকৈ পঢ়ক »(মোৰ সম্পাদনাত প্ৰকাশ পোৱা সাহিত্য ডট্ অৰ্গৰ চিকিৎসা বিজ্ঞান বিশেষ জুলাই সংখ্যাটোৰ সম্পাদকীয় ইয়াত সাঁচি থ'লোঁ। আলোচনীখন পঢ়িবলৈ ইয়াত ক্লিক কৰক ।) এইবাৰৰ সাহিত্য ডট্ অৰ্গৰ সংখ্যাটো চিকিৎসা বিজ্ঞান বিশেষ হিচাপে সজাবলৈ মোক অনুৰোধ জনোৱা হ ’ ল । চিন্তা কৰিলোঁ , এইটো থীমৰ আলোচ…
সম্পূৰ্ণকৈ পঢ়ক »