# ভাৰতীয় চিকিত্সা বিজ্ঞান পৰিষদে MBBS ডিগ্ৰীৰ বাবে পঢ়িব লগীয়া সময় চাৰে পাঁচ বছৰৰ পৰা চাৰে ছয় বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে । বৰ্তমান ডিগ্ৰী লাভ কৰাৰ পিছত এবছৰ বাধ্যতামূলক গ্ৰাম্যাঞ্চলত সেৱা আগবঢ়োৱা নিয়ম ভাৰতৰ কোনো কোনো ৰাজ্যত প্ৰচলিত যদিও এই নতুন প্ৰস্তাৱ কাৰ্যকৰী হ ’ লে পূৰ্ব…
সম্পূৰ্ণকৈ পঢ়ক »# নিউজিলেণ্ডৰ এগৰাকী মহিলাই জনপ্ৰিয় শীতল পানীয় ক ’ কাক ’ লাৰ প্ৰতি থকা তেওঁৰ ভয়ানক আসক্তিৰ কথা প্ৰকাশ কৰিছে । পউলিন য়াট নামৰ ৩৮ বছৰীয়া এই মহিলাগৰাকীয়ে দৈনিক ১৮ লিটাৰ পৰ্যন্ত ক ’ ক গ্ৰহণ কৰিছিল যাৰ ফলত তেওঁ শৰ্যাশায়ী হোৱাৰ লগতে শৰীৰৰ ওজন হৈছিলগৈ ১০০ কিলোগ্ৰাম । ১৬ বছৰ বয়সৰ পৰাই ক ’ …
সম্পূৰ্ণকৈ পঢ়ক »