# এক ৰহস্যময় চালৰ ৰোগৰ ফলত ভিয়েটনামত ১৯ জন লোক নিহত হোৱাৰ লগতে শ শ লোক আক্ৰান্ত হৈছে। ভিয়েটনামৰ স্বাস্থ্য বিভাগে ইয়াৰ কাৰণ আৰু চিকিত্সাৰ বিষয়ে একো উৱাদিহ নাপাই শেষত আন্তঃৰাষ্ট্ৰীয় মহলত সহায় বিচাৰিছে। দেশখনৰ কেৱল কোৱাং গাই এলেকাতে ১৭০ জন ৰোগী ধৰা পৰিছে। এই ৰোগত প্ৰথমে আক্ৰান্তৰ তীব্ৰ জ…
সম্পূৰ্ণকৈ পঢ়ক »