" মাইক্ৰ ' ছফ্ট ইণ্ডিক ইন্পুট্ ২" হৈছে Webdunia নামৰ প্ৰতিষ্ঠানটোৱে সাজি উলিওৱা এবিধ ইউনিক ' ড টাইপিং সঁজুলি। অসমীয়া টাইপিঙৰ ক্ষেত্ৰত ই বাৰুকৈয়ে জনপ্ৰিয়। http://bhashaindia.com/Downloads/Pages/home.aspx ঠিকনাটোৰ পৰা ইয়াক ডাউনল ' ড কৰিব পাৰি। ইন্ষ্টল কৰা পদ্ধতি…
সম্পূৰ্ণকৈ পঢ়ক »