অসমীয়া ৱিকিপিডিয়া ত একাউণ্ট খুলি সাধাৰণভাৱে প্ৰবন্ধ এটাৰ সালসলনি কৰিব পৰা সদস্যসকলৰ বাবে এই সহায়িকা যুগুত কৰা হৈছে। সহায়িকা ১: ৱিকিপিডিয়াত কি লিখিব ৱিকিপিডিয়াত একাউণ্ট খোলাকে আদি কৰি প্ৰাথমিক কামবোৰ কৰা পিছত কি কথানো লিখিব সেয়া ভাবি সদস্য এজন কেতিয়াবা অলপ দোমোজাত পৰে। বহুতে উচ্ছা…
সম্পূৰ্ণকৈ পঢ়ক »(প্ৰদ্যুত জ্যোতি শইকীয়াৰ সৈতে ফে’চবুক চাটিঙৰ জৰিয়তে লিখা পদ্য) তোমাৰ সেওঁতাৰ ফোঁট বুকুৱেদি বলে তেজাল সোঁত, বিয়া কৰালোঁৱেই যেনিবা কিয় বাৰে বাৰে মাৰা খোঁট! পতিব্ৰতা হেনো তুমি ধোঁৰা সাপৰ ফোঁচ ফোঁচ, সেয়েহে মোক মাৰিবলৈ ষড়যন্ত্ৰ লেপৰ তলত গোন্ধ-শব্দ ধুছ ধুছ। …
সম্পূৰ্ণকৈ পঢ়ক »সদায় মই ঈৰ্ষান্বিত নহয় মুঠেও নহয় মোতকৈ আগতে অহাবোৰক লৈ। এজন মানুহৰ সতে আঁহা তোমাৰ কান্ধত উঠাই তেওঁৰ শক্তি, তোমাৰ চুলিত ভাঁজত আনা এশজন নিৰ্ভীক মানুহৰ সেনা, তোমাৰ বক্ষ আৰু ভৰিত লৈ আনা হাজাৰ মানুহৰ বল, নদীৰ দৰে আঁহা, য’ত ডুবি আছে অলেখজন যি বৈ যায় অবাধ্য সাগৰল…
সম্পূৰ্ণকৈ পঢ়ক »