ডাফলী ভেদেঙী নেকেৰা আধাৰী
অপাঙ্গ শ্লীপদ পুচ্ছ,
লপলপি ভুচি লট্ঘট্ শুচি
পুঙ্গৱ ৰেতঃ তুচ্ছ।
অপাঙ্গ শ্লীপদ পুচ্ছ,
লপলপি ভুচি লট্ঘট্ শুচি
পুঙ্গৱ ৰেতঃ তুচ্ছ।
সায়ং গোৰালি এনেগেন পৰালি
বনকা লুৰ্কি ঘোটক,
দাহিক পাশা কেটেহা হ্ৰেষা
ক্ষৌণী কুষাৰি জাতক!!!
বনকা লুৰ্কি ঘোটক,
দাহিক পাশা কেটেহা হ্ৰেষা
ক্ষৌণী কুষাৰি জাতক!!!
(ফে'চবুকৰ "অসমীয়াত কথা-বতৰা" গোটৰ মন্তব্য-প্ৰতিমন্তব্য সহিতে পঢ়িবৰ বাবে
https://www.facebook.com/groups/axomiyakothabotora/permalink/606343959418104/?hc_location=ufi)
https://www.facebook.com/groups/axomiyakothabotora/permalink/606343959418104/?hc_location=ufi)