September 19, 2013 | By: গীতাৰ্থ বৰদলৈ

উত্তৰ আধুনিক কবিতা



অকালকুষ্মাণ্ড কোঁৱৰ কোকিল গান্ধাৰ
কৈসানি অগ্নিমান্দ্য হ,
জেঙেৰা তীয়া টেলেকা পনৰু
পেনেৰা মৰং যাব।

অক্লেদ্য জীৱ অনুখৰ ক্লীৱ
জান্তৱ বিদ্যা যত,
গোঁজামিল মিতা ভজলুক তিতা
জিতাক্ষৰ অশ্বত্থামা হত !!!!!!


(ফে'চবুকৰ মন্তব্য-প্ৰতিমন্তব্য সহিতে পঢ়িবৰ বাবে https://www.facebook.com/groups/axomiyakothabotora/permalink/210691865649984/ )